চৰ্তাৱলী




1/ গোটৰ সদস্য হ'বলৈ চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষক হোৱাটো বাধ্যতামূলক।

2/ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বৰঙণি নিদিলে, সদস্য পদ বাতিল হ'ব পাৰে।

3/ সদস্য হোৱাৰ ছয়মাহৰ পাছতহে ৰোগৰ সাহাৰ্যৰ বাবে আবেদন কৰিব পাৰিব।

4/ কেৱল জটিল ৰোগ যেনে - যকৃৎ, বৃক্ক, হাওঁফাওঁ, মগজু, ৰক্ত জনিত, জটিল কেঞ্চাৰ, অচিনাক্ত ৰোগ আৰু গুৰু দুৰ্ঘটনাতহে গোটৰ পৰা সাহাৰ্য লাভ কৰিব।
(বৃক্কৰ পাথৰী ৰোগ জটিল ৰোগৰ পৰা বৰ্হিভূত বুলি গন্য কৰা হ'ব।)

5/ সাহাৰ্যৰ আবেদন জিলা সমন্বয়কৰ জৰিয়তে অথবা গোটৰ ই -মেইলত ৰোগীৰ মেডিকেল ৰিপোৰ্ট অথবা মেডিকেল বিল আপলোড কৰি আবেদন জনাব পাৰিব।

6/ গোটৰ সদস্যজনৰ বিয়োগত , গোটৰ ফালৰ পৰা তেখেতৰ পৰিয়াললৈ এককালীন সাহাৰ্য আগবঢ়োৱা হ'ব।

7/ সদস্যসকলে ডিজিটেল প্ৰক্ৰিয়াৰে পঞ্জীয়ন মাচুল মাত্ৰ ১০০ টকাৰ লগতে ছমাহৰ বৰঙণি ৩০০ টকাৰ সৈতে মুঠ ৪০০ টকা অথবা পঞ্জীয়ন মাচুল ১০০ টকাৰ লগতে এবছৰৰ বৰঙণি ৬০০ টকাৰ সৈতে মুঠ ৭০০ টকা গোটৰ বেংক একাউন্টলৈ বৰঙণি আগবঢ়াব লাগিব।

8/ সাহাৰ্যৰ পৰিমাণ সম্পৰ্কে , ৰোগৰ জটিলতা, পুঁজিৰ পৰিমাণৰ ওপৰত লক্ষ্য ৰাখি কাৰ্যকৰী সমিতিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

9/ গোটৰ সংবিধান অৱমাননা, গোটৰ বিপক্ষে অপপ্ৰচাৰ, ব্যক্তিগত আক্ৰমণ ইত্যাদিৰ বাবেও সদস্যপদ বাতিল হ'ব পাৰে।

10/ গোটৰ সংবিধানত থকা বা নথকা যিকোনো কাৰণত সদস্যপদ হেৰুওৱা এজন সদস্যই তেখেতৰ অংশীদাৰীত্ব হেৰুৱাব।

11/ যিহেতু এইটো স্বেচ্ছাসেৱী গোট, ইয়ালৈ আগবঢ়োৱা প্ৰতিটো বৰঙণি উদাৰনৈতিক দান। সেয়ে সদস্যপদ হেৰুওৱা এজন ব্যক্তিয়ে ,তেওঁৰ বৰঙণিৰ পূৰ্বৰ কোনো অংশ ঘূৰাই নাপায়।

12/ আবেদন কৰা আৰু বৰঙণি দিয়াৰ তথ্য (ৰেফাৰেন্স নং) আপোনাৰ জিলা সমন্বয়ক আৰু 9085205435 এই WhatsApp নংলৈ প্ৰেৰন কৰাটো বাধ্যতমূলক।




APPLY


You can join this group by filling up a form. Both online and offline methods are available.
We will contact you shortly after the form is received.

The following documents should be submitted along with the application:

1/ Your recent passport size photograph.
2/ A copy/photograph of your identity card.
3/ A copy/photorgaph of bank deposit proof.


The Bank Account details are as follows:

Shikshyak Swasthya Hurakhya Gut, Akhom
Bank name: Bank of India
Branch: Sivasagar
A/C No: 500710110004798
IFSC code: BKID0005007







OR



Please send the filled up form to the following address:

খনামুখ
জিলা: যোৰহাট
পিন: ৭৮৫৬৮২
অসম

Khanamukh
District: Jorhat
PIN: 785682
Assam


Made by Deviyent

© 2020